মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

লক্ষ্য আৰু অভিযান

লক্ষ্য

জনসাধাৰণক পুষ্টি আৰু আৰ্থিক নিৰাপত্তা প্ৰদান কৰা

অভিযান

কৃষক সমূদায়সকলৰ ক্ষুধা আৰু আৰ্থিক সীমাৱদ্ধতা দূৰ কৰাৰ লক্ষ্যৰে উত্পাদন আৰু উত্পাদনশীলতা বৃদ্ধিৰ বাবে শস্য উত্পাদনৰ সকলো প্ৰয়োজনীয় উপকৰণ প্ৰদানৰ ব্যৱস্থা কৰা যাতে নতুন প্ৰজন্মৰ মাজত উদ্যানশস্যক এক সন্মানজনক ব্যৱসায় হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যায়।