মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

  • আঁচনিখনৰ উদ্দেশ্য –

    • অজানিত ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে কৃষকৰ হোৱা ক্ষতিত অৰ্থনৈতিক সাহায্য প্ৰদান।
    • কৃষি কাৰ্যক ক্ৰমান্বয়ে চলাই থাকিবলৈ কৃষকৰ আয়ৰ স্থায়ীত্ব নিশ্চিত কৰা।
    • নতুন ধৰণৰ আৰু আধুনিক কৃষি কৰ্ম ধাৰা লবলৈ কৃষকসকলক উত্সাহিত কৰা।
    • কৃষিখণ্ডলৈ ঋণৰ যোগান নিশ্চিত কৰা।

    ৰূপায়ণকাৰী সংস্থা

    কৃষি সহযোগিতা আৰু কৃষক কল্যাণ বিভাগ, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু সংশ্লিষ্ট ৰাজ্যৰ লগতে বিভিন্ন সংস্থাৰ সমন্বয়ত যেনে- ব্যৱসায়িক বেংক, সমবায় বেংক, আঞ্চলিক গ্ৰাম্য বেংক আৰু সেইসমূহৰ নিয়ন্ত্ৰিত নিকায়সমূহৰ দৰে বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী বিভাগ যেনে- কৃষি, সহযোগিতা, উদ্যানশস্য, পৰিসংখ্যা, ৰাজহ, তথ্য/বিজ্ঞান আৰু প্ৰযুক্তি, পঞ্চায়তীৰাজ আদিৰ সাৰ্বিক নিৰ্দেশিকা আৰু নিয়ন্ত্ৰণৰ অধীনত নিৰ্বাচিত বীমা সংস্থাসমূহৰ মাধ্যমেৰে এই আঁচনিখনক এটি বহু সংস্থা কাঠামোৰ মাধ্যমে ৰূপায়িত কৰা হব।

    Downloads
    প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা
    TitleSizeDetail
    Description of PMFBY737.27 KBswf-image
    Basic features of PMFBY75.21 KBswf-image
    Guideline of PMFBY.pdf4.19 MBswf-image
    Present Status of PMFBY in Assam183.23 KBswf-image