মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

মৌ পালন আঁচনি

  • উদ্যান শস্যক পৰাগ সংযোগৰ জৰিয়তে শস্য উত্পাদনত সহায় কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ উদ্যোগত সংহত উদ্যানশস্য অভিযান আঁচনি গ্ৰহণ কৰা হৈছে।

    এই আঁচনিৰ অধীনত

    (১) কৃষি ৰ উত্পাদন বৃদ্ধিত মৌ মাখিয়ে বিশেষভাৱে সহায় কৰে, শস্যৰ পৰাগ সংযোগৰ জৰিয়তে। এই ক্ষেত্ৰত ৰাজ্যৰ মৌ পালনৰ দায়িত্ব ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কোনো অনুষ্ঠান /প্ৰতিষ্ঠান অথবা চৰকাৰীভাৱে চিহ্নিত ৰাজ্যিক মনোনীত সংস্থাসমূহৰ ওপৰত ন্যস্ত কৰা হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় মৌ-মাখি বোৰ্ডে মৌ পালনৰ কাৰ্যকলাপসমূহৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিব।

    (২) মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ নিৰ্দেশাৱলীৰ এনেক্সাৰ-Vৰ অধীনত মৌ-পালকসকলক মৌ পালনৰ বাবে প্ৰয়োজনীয় যাৱতীয় সা-সঁজুলি, মৌৰ প্ৰজননত সহায় কৰা, মৌচাকৰ যোগান ধৰা, মৌ-মাখি যোগান ধৰা আদিবোৰ সুবিধা সামৰি লোৱা হৈছে।

    Downloads
    মৌ পালন আঁচনি
    TitleSizeDetail
    Cost Norms of the Scheme194.08 KBswf-image
    Annual Action Plan & Guidelines for Implementation of Integrated Development of Scientific Bee-keeping (IDSB)195.27 KBswf-image