মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

অসমত উদ্যান শস্য

উদ্যান শস্য খণ্ডই অসমত নিম্নোল্লেখিত শস্য আৰু কাৰ্যাৱলীৰ সৈতে জড়িত হৈ আছে-

১. ফলমূল

২. শাক-পাচলি

৩. মচলা

৪. ফুল

৫. আলু

৬. পিঁয়াজ

৭. ঔষধী আৰু সুগন্ধিযুক্ত আৰু

৮. কাঠফুলাৰ খেতি

এইবোৰৰ উপৰিও ৰাজ্যখনত উদ্যান শস্যই মৌ-পালন, খাদ্য সংসাধন, ক্ষুদ্ৰ জনসিঞ্চন আৰু শস্য চপোৱাৰ পিছৰ প্ৰৱন্ধন যেনে- শীতলীকৰণ ব্যৱস্থাৰ উন্নয়ন আদিৰ সৈতে ওতঃ প্ৰোতঃ ভাবে কাম কৰে।

ৰাজ্য খনৰ কৃষিৰ উন্নয়নৰ ক্ষেত্ৰত উদ্যান শস্যৰ ক্ষেত্ৰৰ উন্নয়নে প্ৰকৃত অৱদান প্ৰদান কৰি আহিছে। ২০১৪-১৫ বৰ্ষত ৰাজ্য খনত উদ্যান শস্য ক্ষেত্ৰৰ ৭.৬ শতাংশ বৃদ্ধি পৰিলক্ষিত হয়, যি ২০১৩-১৪ বৰ্ষৰ ৬.৬ শতাংশতকৈ অধিক।

Downloads
TitleSizeDetail
Present Scenario Horticulture in Assam.pdf837.3 KBswf-image
Mushroom Spawn Production Laboratory , Khanapara.pdf540.87 KBswf-image
Mushroom cultivation.pdf1.48 MBswf-image
New Roof & terrace gardening.pdf2.13 MBswf-image
Health benefit of fruits & vegetable587.76 KBswf-image
Frontier processing technologies of fruits.pdf738.71 KBswf-image
Banana in assam.pdf483.67 KBswf-image