কৃষি সহযোগিতা আৰু কৃষক কল্যাণ বিভাগ, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু সংশ্লিষ্ট ৰাজ্যৰ লগতে বিভিন্ন সংস্থাৰ সমন্বয়ত যেনে- ব্যৱসায়িক বেংক, সমবায় বেংক, আঞ্চলিক গ্ৰাম্য বেংক আৰু সেইসমূহৰ নিয়ন্ত্ৰিত নিকায়সমূহৰ দৰে বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী বিভাগ যেনে- কৃষি, সহযোগিতা, উদ্যানশস্য, পৰিসংখ্যা, ৰাজহ, তথ্য/বিজ্ঞান আৰু প্ৰযুক্তি, পঞ্চায়তীৰাজ আদিৰ সাৰ্বিক নিৰ্দেশিকা আৰু নিয়ন্ত্ৰণৰ অধীনত নিৰ্বাচিত বীমা সংস্থাসমূহৰ মাধ্যমেৰে এই আঁচনিখনক এটি বহু সংস্থা কাঠামোৰ মাধ্যমে ৰূপায়িত কৰা হব।
Title | Size | Detail |
---|---|---|
Description of PMFBY | 737.27 KB | |
Basic features of PMFBY | 75.21 KB | |
Guideline of PMFBY.pdf | 4.19 MB | |
Present Status of PMFBY in Assam | 183.23 KB |